মাহেকীয়া সংবাদ
Get a Quote
You searched for "null"
19 results found.
_1536256571DiF7Hl.jpeg
https://youtu.be/YW1s6hUDwBY#লুইতৰ বুকুত নাও দূৰ্ঘটনাত কথমপি ৰক্ষা দুমুনিচকী বাঁহগড়াৰ মোহৰ আলি ।আতিকুৰ ৰহমানমাহেকীয়া সংবাদ ৰিপৰ্টঃ ৭ চেপ্তেম্বৰ গুৱাহাটীত  বুধবাৰে ৰাজ্য কপাই যোৱা লুইতৰ বুকুত সংঘটিত হোৱা  শোকাৱহ নাও দূৰ্ঘটনাত ছিপাঝাৰৰ বাঁহগড়াৰৰ মোহৰ আলি নামৰ লোক এজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে  । সাধাৰন বৈদ্যুতিক  দোকান এখন দি জীৱন নিৰ্বাহ কৰা মোহৰ আলি ভয়ানক নাও দূৰ্ঘটনাৰ কথা বিৱৰি কলে সাংবাদিকক । উল্লেখ্য  যে নাওখন জাইকা  প্ৰকল্পত খুন্দা মাৰি ডুৱ যোৱাৰ লগে লগে প্ৰকল...
_1536072474U95N9u.jpeg
বৃহত্তৰ দুমুনিচকী অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীকে জনোৱা হয় যে  অহা 9 চেপ্তেম্বৰ ত মলহাৰ সংগীত বিদ্যালয়ৰ উদ্যোগত সুধাকন্ঠ ভূপেন হাজৰিকাৰ জন্ম দিৱস উপলক্ষ্যে এখনি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজন কৰা হৈছে । এই প্ৰতিযোগীতাখনত বৃহত্তৰ দুমুনিচকী অঞ্চলৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোগতাই জনাইছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক: 8724855490, 7002402602
দৰং জিলাৰ কুৰুৱা ৰেঞ্জৰ অন্তৰ্গত বিজুলীবাৰী  গাঁৱৰ হিৰাপাৰাত আজি এটা অজগৰ সাপ উদ্ধাৰ কৰা হয়।  ধন দাস, জয়ন্ত নাথ, বীৰেণ চহৰীয়া, বকুল দাস, দুৰ্লভ দাস আৰু  মন্তু চহৰীয়াৰ নেতৃত্বত স্থানীয় গঞাই আজি দুপৰীয়া প্ৰায় ২ বজাত অজগৰটো  উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতে বন বিভাগৰ লগত যোগাযোগ কৰা হয় যদিও বাতৰি যুগুতোৱা সময়লৈ বন বিভাগৰ কোনো লোক গাঁওখনত উপস্থিত হোৱা নাই |https://youtu.be/zQi-zJvOprU
_1536043565oxB4QB.jpeg
মেৰাজুল হক (দাদুল) মাহেকীয়া সংবাদ:  দুমুনিচকী বৰনৈ মহাবিদ্যালয় ৰ প্ৰতিষ্ঠা দিৱস ও নৱাগত আদৰণি সভা।    ৰাতিপুৱা পতাকা উত্তোলন কৰে বৰনৈ মহাবিদ্যালয় ৰ অধক্ষ্য তবিবৰ ৰহমান ডাঙৰীয়াই । ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মাননীয় দায়েদামুল হক চৌধুৰী, উপ-সভাপতি দৰং জিলা ছাত্ৰ সন্থা। দুপৰীয়া 1 বজাত মুকলি সভা সভাপতি মাননীয় তবিবৰ ৰহমান ডাঙৰীয়াই । মুখ্য  অতিথি হিচাপে থাকিব  আব্দুল হামিদ অৱসৰপ্ৰাপ্ত প্ৰধান  শিক্ষক। নিৰ্দিষ্ট বক্তা হিছাপে থাকিব কিৰন চন্দ্ৰ কাকতি ।      ...
_1535997404997Nci.jpeg
কেৰেলাৰ বিধ্বস্ত বানত মানুহৰ অশেষ যন্ত্ৰণাৰ মাজতো প্ৰকৃত সচেতন আৰু শিক্ষিত মানুহৰ কৃতজ্ঞতাৰ প্ৰতিছব্বি এখন স্পষ্টৰূপত ফুটি উঠিছে৷ কেৰালা চৰকাৰৰ আহ্বান মৰ্মে হাজাৰ হাজাৰ মাছমৰীয়াই নিজৰ নাও সমূহ লৈ উদ্ধাৰ কাৰ্যত জপিয়াই পৰিলে ৷ ইতিমধ্যেই তেওলোকৰ কাৰ্য সম্পূৰ্ণ হোৱাত চৰকাৰে প্ৰত্যেককে আগবঢ়াইছিল 3000 হাজাৰকৈ টকা ৷ মাছমৰীয়া সকলে এই টকা লোৱাৰ পৰিবৰ্তে টকা সমূহ দান কৰিলে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৷ এইসকল প্ৰকৃত বীৰ দেশপ্ৰেমীকে কাম সামৰি নিজৰ নিজৰ স্থানলৈ গতি কৰা অৱস্থাত জনগণে ৰাষ্টাৰ কাষত ঠিয় হৈ সন...
big-breaking-news-09_1535995101DaIqmK.jpeg
দুমুনিচকী ৰ পৰা সংগীত জগতলৈ ঢাপলি মেলা আমাৰ সকলোৰে পৰিচিত যাৰ নামেই পৰিচয আমাৰ সকলোৰে প্ৰিয় ৰাজা সাহ।   অহা 09 ছেপ্টেম্বৰ ৰবি বাৰে দুমুনিচকী ত ৰাজাই মুকলি কৰিব এখনি   Music স্কুল ।  লগত থাকিব  Classical Vocal ,Tabala , Guitar & Accting  শিকাৰ ব্যৱস্থা।
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;