মাহেকীয়া সংবাদ
Get a Quote
##পতঞ্জলী যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণি ##
By Mahekiya Sangbad
Wed, 12-Sep-2018, 08:48

# দৰঙৰ মৈজালিত তিনিদিনীয়া  পতঞ্জলি যোগ প্ৰশিক্ষন শিবিৰৰ সামৰনি ।


আতিকুৰ ৰহমান

মাহেকীয়া সংবাদৰ ৰিপৰ্ট

ছিপাঝাৰঃ ১২ ছেপ্তেম্বৰ


দৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত স্বেচ্ছাসেৱী অনুষ্ঠান সুৰযমুখী সংঘ, মৈজালিৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠ দৰঙ জিলা সমিতিৰ সহযোগত মংগলবাৰে মৈজালি প্ৰাথমিক বিদ্যালয়ত তিনিদিনীয়া যোগ প্ৰশিক্ষন শিবিৰৰ সামৰনি পৰে ।


 ৰাতি পুৱা ৫ বজাত প্ৰাৰ্থনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানতোত কেইবাটাও বিশেষ প্ৰানায়ম শিকোৱা হয় প্ৰশিক্ষাৰ্থী সকলক । যোগৰ দ্বাৰা যে ৰোগ নিৰাময় কৰিব পৰা যায় সেই বিষয়ে বিষদ ভাৱে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষন দিয়া হয় । প্ৰশিক্ষনত অন্তত গছ পুলি ৰোপনেৰে যোগ শিৱিৰৰ  সামৰনি পৰে ।

প্ৰায় শতাধিক প্ৰশীক্ষাৰ্থী উপস্থিত থকা আজিৰ এই  যোগ শিবিৰৰ সামৰনি অনুষ্ঠাণৰ কাৰ্য্যসূচীত পতঞ্জলি যোগপীঠ দৰঙ জিলা সমিতিৰ সভাপতি নয়নমনি নাথ, যোগ শিক্ষয়ত্ৰী সৰুকণ বড়া, মৈজালী গাওৰ স্বচ্ছ ভাৰত অভিযানৰ সৰ্বাধিনায়ক খগেন বৰুৱাকে আদি কৰি  কেইবাগৰাকীও গন্য- মান্য ব্যক্তি উপস্থিত থাকে ।

https://youtu.be/bBXXsRNdvGU

Share via:

Leave a Message:
Related Updates
##দুমুনিচকী ত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ##
##দৰঙৰ দুনীত 5 কাৰ্টন বিলাতী সুৰা##
##স্বচ্ছ ভাৰত অভিযান ঔতলা গাঁৱৰ মহিলা ##
অক্টোবৰ সংখ্যা page 1 to 5
##মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ তালিকা##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;