মাহেকীয়া সংবাদ
Get a Quote
##দৰঙৰ দুনীত 5 কাৰ্টন বিলাতী সুৰা##
By Mahekiya Sangbad
Wed, 12-Sep-2018, 08:07

দৰঙৰ দুনীত ৫ কাৰ্টন বিলাতী সুৰাসহ তিনি সুৰা ব্যৱসায়ী আটক ।


মাহেকীয়া সংবাদৰ বিশেষ ৰিপৰ্ট

ছিপাঝাৰঃ ১২ ছেপ্তেম্বৰ


দৰঙৰ দিপীলাৰ দুনীত ৫ কাৰ্টন বিলাতী সুৰাসহ তিনি সুৰা ব্যৱসায়ী আটক ।


মংগলবাৰে  বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমল ৰয়ৰ  নেতৃত্বত যোৱা এটি  আৰক্ষী দলে গোপন সুত্ৰৰ পম খেদি দিপীলাত এ এচ - ১৩ -৮৯৪০ নম্বৰৰ এখন এল্ট' গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে এই  বিলাতী সুৰাখনি ।


সুৰা ব্যৱসায়ী জনৰ তথ্যৰ ভিৰ্ত্তিত দুনীৰ যোগেন  বৰুৱাৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে ৫কাৰ্টন বিলাতী সুৰা ।


লগে লগে বুঢ়া আৰক্ষীয়ে ৫ কাৰ্টন বিলাতী সুৰা আৰু  বিলাতী সুৰা কঢ়িয়াই অনা এল্ট'গাড়ীখনো জব্দ কৰে ।


আনহাতে বিলাতী সুৰা ব্যৱসায়ী দুনীৰ  যোগেন বৰুৱা , মঙ্গলদৈৰ  মইনুল হুছেইন আৰু  ৰানা দাসক  আটক কৰে  আৰক্ষীয়ে । 

উল্লেখযোগ্য যে পশ্চিম দৰঙত বহুদিনৰ পৰা বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলাই আহিছিল আবকাৰী বিভাগৰ চত্ৰছায়াত ।

বৃহৎ ধনৰ বিনিময়ত আবকাৰী বিভাগক মেনেজ কৰি চলাই আহিছিল বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় ।

বুঢ়া আৰক্ষীৰ অভিযানত তিনিজন সুৰা ব্যৱসায়ী আটক হোৱাত সচেতন লোক সকলে  বুঢ়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ।

Tags:

Share via:

Leave a Message:
Related Updates
##লুইতৰ বুকুত কিছু দুখ লগা খৱৰ##
# ঘোচ লোৱা অৱস্থাত হাতে-লোতে ধৰা পৰিল বন বিষয়া #
#BIG BREAKING NEWS ##
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
##দুমুনিচকী ত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;