মাহেকীয়া সংবাদ
Get a Quote
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
By Mahekiya Sangbad
Tue, 25-Sep-2018, 12:05

পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিণতি I মৰিয়াই চিঙিলে ভৰি


ষ্টাফ ৰিপৰ্টাৰ মাহেকীয়া সংবাদ , দুমুনিচকী ২৫ছেপ্টেম্বৰ :বাইহাটা চাৰিঅালিৰ নকুছিত গাৱত অঘটন।পৰকীয়া প্ৰেমত বাধা দিয়াৰ বাবেই মৰিয়াই মৰিয়াই ছিঙিলে এজন যৱকৰ ভৰি।গুৰুতৰভাৱে অাহত ৰাজীৱ অালী নামৰ যুৱকজনক নকুছিৰ স্থাণীয় লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।উল্লেখ্য যে নকুছি গাঁৱৰ মাকনি বেগম নামৰ বিধৱা মহিলাৰ সৈতে খেহেনিপাৰা গাৱৰ হৰেকৃষ্ণ দাস নামৰ যুৱকজনৰ দীৰ্ঘদিনীয়া অবৈধ সম্পৰ্ক অাছিল।দুয়োৰে এই সম্পৰ্কক এই অবৈধ সম্পৰ্কক বাধা দিয়াৰ বাবেই মহিলাগৰাকীৰ প্ৰতিবেশি যুৱকজনক গুৰুলাগুৰুলকৈ পিটিলে হৰেকৃষ্ণ নামৰ যুৱকজনে। ৰাজীৱ অালীৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি ৰাজীৱক প্ৰথমে ওচৰৰে দুই যুৱক বাবলি অালী অাৰু টুটু অালীয়ে ৰাজীৱক ঘৰৰপৰা কৌশলেৰে কিবা কাম থকা বুলি বেজেৰা চকলৈ এখন চুইফট মাৰুটি গাড়ীত উঠাই অানি হৰেকৃষ্ণ দাসক গতাই দিয়ে।ইয়াৰ পিছতে টেম্পচালক হৰেকৃষ্ণই ৰাজীৱক নিজৰ টেম্পখনত উঠাই খেহেনিপাৰাৰ  নিজ বাসগৃহলে অাহি এনে ভয়ানক কাণ্ড সংঘটিত কৰে।এই সমগ্ৰ ঘটণাৰ পিছতে ৰাজীৱৰ পৰিয়ালে বাইহাটা থানাত মুঠ চাৰিজনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে।উল্লেখ্য যে স্বামীৰ মৃত্যুৰ পিছতে অযস্ৰ ধনৰ গৰাকী মহিলাগৰাকীয়ে নিজৰ কনমানি কন্যাৰ সন্মুখতে এনে অসামাজিক কৰ্মকাণ্ড চলায় যোৱা মহিলাগৰাকীয়ে চুপাৰি দি  ৰাজীবক ঘৰৰপৰা অপহৰন কৰায় এনে ভয়ানক কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ অানিছে ৰাজীবৰ মাতৃৰ লগতে অঞ্চলবাসীয়ে।অানহাতে ৰাজীবৰ ভৰিৰ জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজন প্ৰায় অৰ্ধলক্ষাধিক টকা।দৰিদ্ৰ পৰিয়ালটিৰ বাবে ই একেবাৰে অসম্ভব কথা।সম্প্ৰতি গাৱৰ একাংশ যুৱকৰ প্ৰচেষ্টাত চিকিৎসালয়ত ভৰ্তি কৰা ৰাজীৱে যন্ত্ৰনাত চৎফটাইছে চিকিৎসালয়ৰ বিচনাত।এতিয়া ন্যায় বিছাৰি নিশা এনেদৰে থানা চৌহদত উচুপি উঠে ৰাজীৱৰ দুৰ্ভগীয়া মাতৃ।অানহাতে এজাহাৰ দাখিলৰ পিছতে পলাতক মুল অভিযুক্ত হৰেকৃষ্ণ দাসকে ধৰি বাবলি অালী,টুটু অালী অাৰু অভিযুক্ত মাকনি বেগম নামৰ মহিলাগৰাকী।বাইহাটা অাৰক্ষীয়েও অাৰম্ভ কৰিছে ঘটণাৰ তদন্ত।

Share via:

Leave a Message:
Related Updates
#অজগৰ সাপ উদ্ধাৰ ##
##এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন##
#বৰনৈ মহাবিদ্যালয় ৰ প্ৰতিষ্ঠা দিৱস ও নৱাগত আদৰণি সভা# স্থান: দুমুনিচকী, দৰং##
##ড্ৰিমছ মিউজিক একাডেমীৰ শুভাৰম্ভণী##
#প্ৰতিবদ্ধী সুৰক্ষা সংস্থা অসমৰ,ওদালগুৰি জিলা সমিতিৰ সজাগতা সভা##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;