মাহেকীয়া সংবাদ
Get a Quote
##এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন##
By Mahekiya Sangbad
Wed, 05-Sep-2018, 13:00

#উত্তৰ_গুৱাহাটীত_ভয়ংকৰ_নাও_দুৰ্ঘটনা || #অব্যাহত_উদ্ধাৰ_অভিযান


নিউজ ডেস্ক:- উত্তৰ গুৱাহাটীত ভয়ংকৰ নাও দুৰ্ঘটনা । উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ সমীপতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় এখন যাত্ৰীবাহী নাও । প্ৰশাসনে জনোৱা অনুসৰি নাওখনত আছিল প্ৰায় ৪০ জন যাত্ৰী । ইয়াৰে ১২ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৰ্তমান বাকী নিখোজ যাত্ৰীসকলৰ সন্ধানত SDRF, NDRF ৰ দলে লুইতৰ বুকুত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

https://youtu.be/NcERakPGqOg


Share via:

Leave a Message:
Related Updates
##দৰঙৰ দুনীত 5 কাৰ্টন বিলাতী সুৰা##
##দেওমৰনৈ লোজোৰাত যুৱকৰ আত্মহত্যা ##
##ভাৰত বন্ধৰ প্ৰভাৱ ##
#প্ৰতিবদ্ধী সুৰক্ষা সংস্থা অসমৰ,ওদালগুৰি জিলা সমিতিৰ সজাগতা সভা##
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;