মাহেকীয়া সংবাদ
Get a Quote
##মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ তালিকা##
By Mahekiya Sangbad
Fri, 14-Sep-2018, 17:54

#মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ   নিৰ্বাচনত ফলাফলৰ তালিকাঃ 


আতিকুৰ ৰহমান

মাহেকীয়া সংবাদৰ ৰিপৰ্টঃমঙলদৈ

১৪ ছেপ্তেম্বৰ


#সভাপতি পদত নিৰ্বাচিত AASU সমৰ্থিত প্ৰাৰ্থী মাহমুদুল হাচান । 


# সাধাৰণ সম্পাদক পদত ABVP সমৰ্থিত প্ৰাৰ্থী কমলকৃষ্ণ ডেকা । 


#সহ: সম্পাদক বিভাগত ABVP ৰ ৰক্তিম জ্যোতি বনিয়া । 


#সাংস্কৃতিক বিভাগত NSUI সমৰ্থিত কংকন কাশ্যপ । 


#ছাত্ৰ জিৰণি কোঠা বিভাগত ABVP ৰ তাৰিক হুছেইন । 


#ছাত্ৰী জিৰণি কোঠা বিভাগত AASU ৰ মনালিছা বৰুৱা ।  


#সাহিত্য আৰু আলোচনী বিভাগত ABVP ৰ প্ৰাঞ্জল ডেকা ।  

#ব্যায়াম শালা বিভাগত ABVP ৰ পুলক বৰা । 

#সমাজ সেৱা বিভাগত ABVP ৰ পল্লবী কলিতা । 

#খেল বিভাগত ABVP ৰ নিলোৎপল কাশ্যপ । 

 #তৰ্ক বিভাগত AASU ৰ চিম্পী দাস ।

Share via:

Leave a Message:
Related Updates
##দ্বিতীয় বাৰ্ষিক ছাত্ৰ সমাৰোহ আৰু স্মাৰক বক্তৃতা ##
পাচতি উৎসৱৰ পৰা Live
##সদৌ অসম উন্নয়ন পৰিষদ ৰ জনজাগৰণ কাৰ্যসুচী## দিঘলীপুখুৰী, গুৱাহাটী
#BIG BREAKING NEWS ##
##স্বচ্ছ ভাৰত অভিযান ঔতলা গাঁৱৰ মহিলা ##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;