মাহেকীয়া সংবাদ
Get a Quote
##সদৌ অসম উন্নয়ন পৰিষদ ৰ জনজাগৰণ কাৰ্যসুচী## দিঘলীপুখুৰী, গুৱাহাটী
By Mahekiya Sangbad
Tue, 25-Sep-2018, 17:38

আজি দিঘলীপুখুৰী পাৰত সদৌ অসম উন্নয়ন পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ‍্যোগত বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত "জনজাগৰণ কাৰ্য্যসূচী" ৰূপায়ন কৰা হয় । আজিৰ কাৰ্য্যসূচীত কেন্দীয় সমিতিৰ উপদেষ্টা জগত চন্দ বৰা,সভাপতি মৌচুম কুমাৰ উজীৰ,সাধাৰন সম্পাদক চন্দন বৰদলৈ উপস্থিত থাকে । আজিৰ কাৰ্য্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মূখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় । কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থ প্ৰতিম বৰদলৈ ,সম্পাদিকা নাংতিয়েন আইদেউ চেতিয়া আৰু বিষয়ববীয়াসকল উপস্থিত থাকে । 

আজিৰ কাৰ্য্যসূচীৰ বিষয়সমূহ

...........................................

(১) চৰকাৰী -বেচৰকাৰী প্ৰতিস্থানত ৮০% থলুৱা নিযুক্তি প্ৰদান 

https://youtu.be/DyC_qQn2Kqk

(২) সৰ্বস্তৰত অসমীয়া ভাষাৰ প্ৰয়োগ আৰু প্ৰসাৰ 

(৩) ইন্ধনজাতীয় সামগ্ৰীৰ লগতে আকাশলংঘী মূল‍্যবৃদ্ধি ৰোধ কৰা 

(৪) খিলজ্ঞীয়া লোকক সাংবিধানিক অধিকাৰ প্ৰদান কৰক 

(৫) কু -সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰা 

(৬) ধপাতজাতীয় সামগ্ৰী বৰ্জন কৰা তথা ধপাতমুক্ত অসম ।

Share via:

Leave a Message:
Related Updates
##দুমুনিচকী সংগীত বিদ্যালয়ৰ শুভৰাম্ভনী##
##পতঞ্জলী যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণি ##
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
##ভাৰত বন্ধৰ প্ৰভাৱ ##
পাচতি উৎসৱৰ পৰা Live-2
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;