মাহেকীয়া সংবাদ
Get a Quote
##আশাজোতি ৰ উদ্যোগত জোষ্ঠ নাগৰিকৰ সজাগতা সভা##
By Mahekiya Sangbad
Mon, 24-Sep-2018, 04:14

#দৰঙৰ দুমুনিচকীত

#আশাজ্যোতি উদ্যোগত জোষ্ঠ নাগৰিকৰ সজাগতা সভা  ।


আতিকুৰ ৰহমান

মাহেকীয়া সংবাদ ৰিপৰ্টঃছিপাঝাৰ

২৪ ছেপ্তেম্বৰ 


দৰঙ জিলাৰ স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান আশাজ্যোতি উদ্যোগত আৰু জিলা আইন সেৱা প্ৰাধিকাৰী সহযোগত অহা ২৫ ছেপ্তেম্বৰত মংগলবাৰে দুমুনিচকীৰ দৰঙ দুৱাৰ ক্লাৱৰ সভাগৃহত দিনৰ ১১ বজাত জোষ্ঠ নাগৰিক সকলৰ বিভিন্ন বিষয় সম্পৰ্কে সজাগতা মুলক এখন সভাৰ আয়োজন কৰা হৈছে ।

দৰঙ জিলা আইন সেৱা প্ৰাধিকাৰী বিভাগৰ কেইবাজনো বিষয়া আৰু বৃহত্তৰ দুমুনিকী জোষ্ঠ নাাগৰিক সন্মিলনৰ সম্পাদক বৈয়তুল্লা আহমেদ,

দৰঙ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ডায়েদামুল চৌধুৰী,যুৱ সাংস্কৃতিক কৰ্মী বনমালী শৰ্মা  আৰু জেষ্ঠ সাংবাদিক আব্দুল ছফিক  উপস্থিত থাকিব । মৰমলেণ্ড নিউজ প্ৰচাৰৰ সহযোগী  হিচাপে থাকিব লগীয়া অানুষ্ঠানতোত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোগক্তা সকলে ।

Share via:

Leave a Message:
Related Updates
Welcome to Mahekiya Sangbad
##দৰঙৰ দুনীত 5 কাৰ্টন বিলাতী সুৰা##
##দৰঙৰ ৰঙামাটি পাব্লিক হাইস্কুলত মানসিক ৰোগৰ সজাগতা সভা##
পাচতি উৎসৱৰ পৰা Live
অক্টোবৰ সংখ্যা page 11 & 12
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;