মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Mon, 03-Sep-2018, 16:47
This is Mahekiya Sangbad website created by Mahekiya Sangbad.মাহেকীয়া সংবাদ ৰ মুখ্য সম্পাদক: মিনহাজুদ্দিন আহমেদ, কাৰ্যবাহী সম্পাদক:  আছলামুদ্দিন আহমেদ You can visit us offline at our office located at : ABS STUDIO,  Vill-Dumunichowki, P.O: Maruachowki, P.S: Sipajhar, Dist.: Darrang, opp. Asssam Gramin Bikash Bank, Mangaldai Road, Assam, India - 784145 You can contact us by phone - **********0668 or email us on m***************@g*****.com or use the Contact Form. This is your first post. Edit or delete it, then start writing!
By Mahekiya Sangbad
Posted on: Mon, 03-Sep-2018, 17:56
কেৰেলাৰ বিধ্বস্ত বানত মানুহৰ অশেষ যন্ত্ৰণাৰ মাজতো প্ৰকৃত সচেতন আৰু শিক্ষিত মানুহৰ কৃতজ্ঞতাৰ প্ৰতিছব্বি এখন স্পষ্টৰূপত ফুটি উঠিছে৷ কেৰালা চৰকাৰৰ আহ্বান মৰ্মে হাজাৰ হাজাৰ মাছমৰীয়াই নিজৰ নাও সমূহ লৈ উদ্ধাৰ কাৰ্যত জপিয়াই পৰিলে ৷ ইতিমধ্যেই তেওলোকৰ কাৰ্য সম্পূৰ্ণ হোৱাত চৰকাৰে প্ৰত্যেককে আগবঢ়াইছিল 3000 হাজাৰকৈ টকা ৷ মাছমৰীয়া সকলে এই টকা লোৱাৰ পৰিবৰ্তে টকা সমূহ দান কৰিলে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৷ এইসকল প্ৰকৃত বীৰ দেশপ্ৰেমীকে কাম সামৰি নিজৰ নিজৰ স্থানলৈ গতি কৰা অৱস্থাত জনগণে ৰাষ্টাৰ কাষত ঠিয় হৈ সন্মান সহকাৰে বিদায় জনাইছে ৷ এই সুশিক্ষিত জনগণে কালি বানবিধস্ত ইছলাম ধৰ্মাৱলম্বী লোকক প্ৰয়োজন হোৱা ঈদৰ নামাজৰ স্থানৰ বাবে মন্দিৰৰ দোৱাৰ খুলি দিলে হাঁহি হাঁহি ৷ তাৰ ভিতৰত এটা উল্লেখযোগ্য মন্দিৰ হল ত্ৰিচুৰ জিলাৰ মালা অঞ্চলৰ পুৰাপিল্লিকাভু ৰক্ৰেশ্বৰী মন্দিৰ ৷ বন্ধু এই সুশিক্ষিত জনগণেই আমাৰ ৰাজ্যৰ আদৰ্শ হওক |
By Mahekiya Sangbad
Posted on: Mon, 03-Sep-2018, 17:18
দুমুনিচকী ৰ পৰা সংগীত জগতলৈ ঢাপলি মেলা আমাৰ সকলোৰে পৰিচিত যাৰ নামেই পৰিচয আমাৰ সকলোৰে প্ৰিয় ৰাজা সাহ।   অহা 09 ছেপ্টেম্বৰ ৰবি বাৰে দুমুনিচকী ত ৰাজাই মুকলি কৰিব এখনি   Music স্কুল ।  লগত থাকিব  Classical Vocal ,Tabala , Guitar & Accting  শিকাৰ ব্যৱস্থা।
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;