মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Sun, 16-Sep-2018, 04:35
মঙলদৈৰ "ৰঞ্জিত শৰ্মা একাডেমিৰ মানসিক , স্বাস্থ্য আৰু সজাগতা অভিযান"আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্ট১৬ ছেপ্তেম্বৰঃজিলা মানসিক ; স্বাস্থ্য আঁচনি মঙলদৈ অসামৰিক চিকিৎসালয় দৰঙৰ মনোৰোগ বিভাগৰ অধীনত মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমিত আজি মানসিক স্বাস্থ্য আৰু সজাগতা অভিযানৰ অনুষ্ঠান অনুষ্ঠিত হয়https://youtu.be/eL9dJPJXV6Yপ্ৰায় পাচ শতাধিক ছাত্ৰ-ছাত্ৰী তথা অভিভাবক উপস্থিত থকা  অনুষ্ঠানতোত স্থানীয় বিধায়ক গুৰু জ্যোতি দাস , ডাক্তৰ যদুমনি চহৰীয়া,ডাক্তৰ  ৰুপলাল নুনিছা(জিলা যুটীয়া স্বাস্থ্য সচিব) আৰু জিলা মানসিক স্বাস্থ্য আঁচনিৰ  সদস্য  সকল উপস্থিত থাকে।
By Mahekiya Sangbad
Posted on: Sun, 16-Sep-2018, 03:15
ষ্টাফ ৰিপৰ্টাৰ, মাহেকীয়া সংবাদ:  অহা ২৭ ছেপ্টেম্বৰ / ২০১৮ ইং তাৰিখেবাইহাটা চাৰিআলিস্থ এমিতি একাডেমী আৰু এমিতি টিউটৰিয়েল চেণ্টাৰৰ প্ৰথম বাৰ্ষিক নৱাগত আদৰণী সভা | সভাৰবিশেষ আকৰ্ষণ : জেক আছলাম,ডেনিছ আৰু মিতু শইকীয়াৰ গীতৰ শৰাই |সকলোৰে সহযোগিতাৰ আশাৰে...
By Mahekiya Sangbad
Posted on: Fri, 14-Sep-2018, 20:00
দৰঙৰ ৰঙামাটি পাব্লিক হাইস্কুলত মানসিক ৰোগৰ সজাগতা সভা ।আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্ট মঙলদৈঃ১৪ ছেপ্টেম্বৰসমগ্র দৰং জিলাতে জিলা স্বাস্থ্য অভিযানৰ উদ্যোগত আৰু মানসিক ৰোগ বিভাগ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে । এই উদ্দেশ্য আগত ৰাখিয়ে বুধবাৰে মঙলদৈৰ ৰঙামাটি পাব্লিক হাইস্কুলত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱক সকলৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কে আয়োজন কৰা এই সভাত  সভাপতিত্ব কৰে আব্দুল ৰহমানে ।স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুখ্য স্বাস্থ্য ও চিকিৎসা  বিষয়া ডাঃ জে এম কটকী, মনোৰোগ বিশেষজ্ঞ ডাঃ মুনীন্দ্ৰ মেধী, নৈদানিক মনোবিজ্ঞানী পুষ্প কলিতা , মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াকে ধৰি বিভাগীয় বিষয়া উপষ্ঠিত থাকে । এই সভাত মানসিক স্বাস্থ্য সম্পৰ্কে আলোকপাত কৰে ডাঃ মুনীন্দ্ৰ মেধিয়ে ।লগতে জিলা মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ যদুমনি কটকীয়েও কৈশোৰ অৱস্হাৰ ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক মানসিক স্বাস্থ্যৰ ওপৰত বিশ্লেষণ দাঙি ধৰে ।উক্ত সভাত উপস্...
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;