মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Fri, 14-Sep-2018, 17:54
#মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ   নিৰ্বাচনত ফলাফলৰ তালিকাঃ আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্টঃমঙলদৈ১৪ ছেপ্তেম্বৰ#সভাপতি পদত নিৰ্বাচিত AASU সমৰ্থিত প্ৰাৰ্থী মাহমুদুল হাচান । # সাধাৰণ সম্পাদক পদত ABVP সমৰ্থিত প্ৰাৰ্থী কমলকৃষ্ণ ডেকা । #সহ: সম্পাদক বিভাগত ABVP ৰ ৰক্তিম জ্যোতি বনিয়া । #সাংস্কৃতিক বিভাগত NSUI সমৰ্থিত কংকন কাশ্যপ । #ছাত্ৰ জিৰণি কোঠা বিভাগত ABVP ৰ তাৰিক হুছেইন । #ছাত্ৰী জিৰণি কোঠা বিভাগত AASU ৰ মনালিছা বৰুৱা ।  #সাহিত্য আৰু আলোচনী বিভাগত ABVP ৰ প্ৰাঞ্জল ডেকা ।  #ব্যায়াম শালা বিভাগত ABVP ৰ পুলক বৰা । #সমাজ সেৱা বিভাগত ABVP ৰ পল্লবী কলিতা । #খেল বিভাগত ABVP ৰ নিলোৎপল কাশ্যপ ।  #তৰ্ক বিভাগত AASU ৰ চিম্পী দাস ।
By Mahekiya Sangbad
Posted on: Thu, 13-Sep-2018, 17:06
https://youtu.be/umnzHxc62ZY#প্ৰতিবদ্ধী সুৰক্ষা সংস্থা অসমৰ,ওদালগুৰি জিলা সমিতিৰ সজাগতা সভামাহেকীয়া সংবাদৰ  বিশেষ ৰিপৰ্টঃ ওদালগুৰি ১৩ ছেপ্তেম্বৰপ্ৰতিবদ্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰ আৰু কাৰ্যকৰী সভাপতি অমৃত চহৰীয়া মন্তব্য দিয়ে ।প্ৰায় পাচ শতাধিক প্ৰতিবদ্ধী ব্যক্তি উপস্থিত থকা সভাখন ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া আৰু প্ৰতিবদ্ধী সুৰক্ষা সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ হৈ আাতিকুৰ ৰহমান,ৰাজেন বনিয়া,হিমাংশু নাথ,নিপুল কলিতা,চিত্তৰঞ্জন কলিতা  প্ৰমুখ্য কেইবাজনো গন্য মান্য লোক উপস্থিত থাকে ।
By Mahekiya Sangbad
Posted on: Wed, 12-Sep-2018, 08:48
# দৰঙৰ মৈজালিত তিনিদিনীয়া  পতঞ্জলি যোগ প্ৰশিক্ষন শিবিৰৰ সামৰনি ।আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্টছিপাঝাৰঃ ১২ ছেপ্তেম্বৰদৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত স্বেচ্ছাসেৱী অনুষ্ঠান সুৰযমুখী সংঘ, মৈজালিৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠ দৰঙ জিলা সমিতিৰ সহযোগত মংগলবাৰে মৈজালি প্ৰাথমিক বিদ্যালয়ত তিনিদিনীয়া যোগ প্ৰশিক্ষন শিবিৰৰ সামৰনি পৰে । ৰাতি পুৱা ৫ বজাত প্ৰাৰ্থনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানতোত কেইবাটাও বিশেষ প্ৰানায়ম শিকোৱা হয় প্ৰশিক্ষাৰ্থী সকলক । যোগৰ দ্বাৰা যে ৰোগ নিৰাময় কৰিব পৰা যায় সেই বিষয়ে বিষদ ভাৱে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষন দিয়া হয় । প্ৰশিক্ষনত অন্তত গছ পুলি ৰোপনেৰে যোগ শিৱিৰৰ  সামৰনি পৰে ।প্ৰায় শতাধিক প্ৰশীক্ষাৰ্থী উপস্থিত থকা আজিৰ এই  যোগ শিবিৰৰ সামৰনি অনুষ্ঠাণৰ কাৰ্য্যসূচীত পতঞ্জলি যোগপীঠ দৰঙ জিলা সমিতিৰ সভাপতি নয়নমনি নাথ, যোগ শিক্ষয়ত্ৰী সৰুকণ বড়া, মৈজালী গাওৰ স্বচ্ছ ভাৰত অভিযানৰ সৰ্বাধিনায়ক খগেন বৰুৱাকে আদি কৰি  কেইবাগৰাকীও গন্য- মান্য ব্যক্তি উপস্থিত থাকে ।https:...
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;