মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Tue, 18-Sep-2018, 13:55
#ASSAM_DARRANG#পাচতি উৎসৱ থলীৰ পৰা LIVE#সাংবাদিক মেৰাজুল হক  (দাদুল)  LIVEhttps://youtu.be/fLgYoiYD6Fk
By Mahekiya Sangbad
Posted on: Sun, 16-Sep-2018, 14:19
#দৰঙৰ খটৰা সত্ৰত পাচেতি উৎসৱ আৰম্ভ ।। আতিকুৰ ৰহমানমাহেকীয়া সংবাদৰ ৰিপৰ্টঃছিপাঝাৰঃ ১৬ চেপ্তম্বৰ#দৰং জিলাৰ পশ্চিম প্ৰান্তৰ প্ৰানকেন্দ্ৰ দিপীলাৰ পৰা উত্তৰত অৱস্থিত ৪৫০ বছৰীয়া ইতিহাস সমৃদ্ধ খটৰা সত্ৰ । ঐতিহ্যমণ্ডিত এই খটৰা সত্ৰতে প্ৰতি বছৰে পালন কৰা হৈ আহিছে দৰঙীয়া ৰাইজৰ স্বাভিমান স্বৰূপে স্বীকৃত সত্ৰীয়া উৎসৱৰ ভোগজৰা পাচেতি মহোৎসৱ ৷ প্ৰতি বছৰে পাচদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় । পাচেতিৰ লগত সংগতি ৰাখি নাগাৰা-নাম,ওজাপালি,খুলীয়া ভাওনা প্ৰদৰ্শণ কৰাৰ লগতে এখনি মেলাৰ আয়োজন কৰা হয় ৷ এই মেলাতে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে হিন্দু-মুছলমান সকলো ৰাইজে অংশগ্ৰহণ কৰে পাচেতিৰ দিন কেইটি পশ্চিম দৰঙৰ হিন্দু-মুছলমান ৰাইজৰ মনবোৰ উৎসৱমুখৰ হৈ পৰে ৷ উক্ত মেলাৰ অভিন্ন অংগ ’পকামিঠৈ’ অৰ্থাৎ ’জিলাপী’ সকলোৰে প্ৰিয় ৷ আনন্দৰ ফল্গুধাৰা পাচেতিয়ে বাৰে বাৰে প্ৰমান দি আহিছে পশ্চিম দৰঙৰ ৰাইজৰ মহামিলনৰ তীৰ্থ হিচাপে পৰিগনিত হৈ আহিছে । আজিৰে পৰা আৰম্ভ হব লগীয়া পাচেতি উৎসৱত সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে উদ্যোগতা সকলে ।
By Mahekiya Sangbad
Posted on: Sun, 16-Sep-2018, 04:50
#দৈওমৰনৈ লোজোৰাত যুৱকৰ আত্মহত্যা ।।মাহেকীয়া সংবাদআতিকুৰ ৰহমানছিপাঝাৰঃ ১৬ চেপ্তেম্বৰ#দৰং জিলাৰ দেওমৰনৈৰ সমিপৰ লোজোৰা গাঁৱৰ এজন যুৱকে যোৱা শুক্ৰবাৰে সন্ধিয়া আত্মহত্যা কৰাৰ পিছত শনিবাৰে আৱেলি ঘটনা সম্পৰ্কত পৰিস্থিতি উত্তপ্ত হয় । উল্লেখ্য যে পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত লোজোৰা গাৱৰ ধৰ্মেশ্বৰ শইকীয়াৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ শইকীয়াই (২১) কালি সন্ধিয়া নিজ গৃহতে চিপজৰী লৈ আত্মহত্যা কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত লোজোৰাস্থিত গৃহলৈ আৱেলি প্ৰায় ৩ বজাত মৃতদেহ অনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিয়ালটোৰ ডাঙৰ বোৱাৰী গৰাকীৰ লগতে বোৱাৰীৰ দুৰ্গাগাঁও নিৱাসী পিতৃ আৰু মাহীয়েকৰ সতে গাৱৰ একাংশ মহিলাৰ প্ৰথমে তৰ্ক বিতৰ্ক হয় আৰু পিছলৈ হতাহতি পৰিণত হয় । উক্ত ঘটনাটিৰ পিছতে ছিপাঝাৰ থানাৰ আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত মনিষা শইকীয়া আৰু উপমা বৰুৱা নামৰ মহিলা দুগৰাকীক পাথৰিঘাট স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি স্বগৃহলৈ প্ৰেৰন কৰে । আনহাতে বোৱাৰী গৰাক...
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;