মাহেকীয়া সংবাদ
Get a Quote
Showing 3 of 42 items
By Mahekiya Sangbad
Posted on: Sun, 09-Sep-2018, 06:55
মাহেকীয়া সংবাদঃ বিমুদ্ৰাকৰণৰ স্মৃতি বৰ্তমানো সজীৱ হৈ আছে প্ৰতিজন ভাৰতীয়ৰ মনত। তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰিছিল নতুন নিয়ম। এই নতুন নিয়মৰ বাবেই এতিয়া ২০০০ টকীয়া নোটখনক লৈ কেতিয়াবা বিপদত পৰিব পাৰে আপুনি!ঐতিহাসিক সেই সিদ্ধান্তৰ পিছতে বজাৰত নোটৰ চাহিদা আৰু যোগানৰ ভাৰসাম্য অটুত ৰাখিবলৈ মুকলি কৰা হৈছিল ২০০০ টকীয়া নোট। পৰৱৰ্তী সময়ত ৫০০, ২০০, ৫০, ২০ আৰু ১০ টকাৰ নতুন ডিজাইনৰ নোটো বজাৰত এৰি দিছিল ৰিজাৰ্ভ বেংকে। ১০০ টকাৰ নতুন নোটেও অচিৰেই বজাৰ দখল কৰাৰ পথত।তুন নিয়ম অনুযায়ী যদিহে ২০০০ টকাৰ নোট এখন দুৰ্ভাগ্যৱশত ফাটি যায় তেন্তে তাৰ পৰিৱৰ্তে সম্পূৰ্ণ মূল্য পাবলৈ হ’লে নোটখন ৮৮ শতাংশ অক্ষত অৱস্থাত থাকিব লাগিব। নোটখন ৪৪ শংতাশ অক্ষত থাকিলে লাভ কৰিব আধা মূল্য। ৫০০ টকাৰ ক্ষেত্ৰত ক্ৰমে এই নিৰিখ হৈছে ৮০ আৰু ৪০ শতাংশ। ২০০ টকীয়া নোটৰ ক্ষেত্ৰত সম্পূৰ্ণ মূল্য পাবৰ বাবে ৭৮ শতাংশ আৰু আধা মূল্য পাবলৈ হ’লে ৩৯ শতাংশ অক্ষত থাকিব লাগিব।ইয়াৰ মাজতে আপোনাক বিপদত পেলাব পৰা এক নতুন নিয়ম আৰম্ভ কৰিছে ৰিজাৰ্ভ বেংকে।...
By Mahekiya Sangbad
Posted on: Sun, 09-Sep-2018, 09:26
আমগুৰিৰ দিখৌমুখৰ নকটানীত ১ ছেপ্টেম্বৰ, ২০১৮ত সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা। কেৱল ৰাজ্যই নহয়, দেশজুৰি চৰ্চিত হৈছিল এই পথ দুৰ্ঘটনাটো। দিখৌ নৈত গাড়ীসহ সলিল সমাধি ঘটিছিল গুৱাহাটীত বাস কৰা হৰেন বৰা নামৰ ব্যৱসায়ীজনৰ পৰিয়াল। তেওঁ চলাই অহা এ এছ ০১ ডি কিউ ৯৭৮৮ নম্বৰৰ ছুইফট ডিজায়াৰখনত পৰিয়ালৰ ৫ সদস্য ক্ৰমে-  মাতৃ পুনৌ বৰা(৮৬), পত্নী ফুনু বৰা (৪৮), দুই কন্যা দীক্ষিতা বৰা (২১) আৰু নিক্ষিতা বৰা(১৭)সহ জাহ গৈছিল দিখৌ নৈত।দিছিয়ালত সংঘটিত এই দুৰ্ঘটনা আছিল অতি কৰুণ। সন্ধিয়া প্ৰায় ৮ মান বজাত সংঘটিত এই পথ দুৰ্ঘটনাৰ পিছতেই ৰাজ্যজুৰি শোকৰ বন্যা বৈছিল। কিন্তু এতিয়া পথ দুৰ্ঘটনাক লৈ নতুন কিছু তথ্য পোহৰলৈ আহিছে। দিছিয়ালত দিখৌ নৈৰ মথাউৰিৰ পৰা খহি পানীত পৰিছিল এই বাহনখন। বহুতে ক’ব বিচাৰে, এই ঘটনা দুৰ্ঘটনা নাছিল। স্থানীয় একাংশ লোকৰ দাবী- এয়া আছিল সুপৰিকল্পিত আত্মহত্যাৰ ঘটনা। এই সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণে বিভিন্ন জনৰ সৈতে যোগাযোগ কৰিছিল।গৌৰীসাগৰ থানাৰ অন্তৰ্গত দিছিয়ালত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত...
By Mahekiya Sangbad
Posted on: Thu, 06-Sep-2018, 17:56
https://youtu.be/YW1s6hUDwBY#লুইতৰ বুকুত নাও দূৰ্ঘটনাত কথমপি ৰক্ষা দুমুনিচকী বাঁহগড়াৰ মোহৰ আলি ।আতিকুৰ ৰহমানমাহেকীয়া সংবাদ ৰিপৰ্টঃ ৭ চেপ্তেম্বৰ গুৱাহাটীত  বুধবাৰে ৰাজ্য কপাই যোৱা লুইতৰ বুকুত সংঘটিত হোৱা  শোকাৱহ নাও দূৰ্ঘটনাত ছিপাঝাৰৰ বাঁহগড়াৰৰ মোহৰ আলি নামৰ লোক এজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে  । সাধাৰন বৈদ্যুতিক  দোকান এখন দি জীৱন নিৰ্বাহ কৰা মোহৰ আলি ভয়ানক নাও দূৰ্ঘটনাৰ কথা বিৱৰি কলে সাংবাদিকক । উল্লেখ্য  যে নাওখন জাইকা  প্ৰকল্পত খুন্দা মাৰি ডুৱ যোৱাৰ লগে লগে প্ৰকল্পটিৰ এডাল ৰডত ধৰি প্ৰানৰক্ষা কৰে  যদিও  মোহৰ আলিৰ বাইক আৰু দোকানলৈ অনা  বৈদ্যুতিক  সামগ্ৰীখিনি  ব্ৰহ্মপুত্ৰত জাহ যায়  ।  দূৰ্ঘটনাৰ  সময়ত মোহৰ আলিয়ে  প্ৰায় 25 মিনিট সময় ৰডত ধৰি ৰক্ষা কৰা ৰক্ষা কৰা বুলি চিঞৰি চিঞৰি  থকাৰ সময় অন্য এখন নাওঁ উদ্ধাৰ কৰিব যোৱাত  কোনো ৰকম  মৃত্যু মুখৰ পৰা ৰক্ষা পৰে  । উল্লেখ্য যে প্ৰায় 1.30 বজাত মধ্যমখণ্ড &...
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;